মন কৰিৱ বুঢ়া ডাঙৰীয়া সকল তথা আইদেউ সকল আৰু হ্ৰস্ব তৰংগ শ্ৰোতা সকল,
ৰাতিপুৱাৰ অপেছাদাৰী অনাতাঁৰ বেণ্ড নিৰীক্ষণ টোকা (বুঢ়া ডাঙৰীয়া VU3WTI ৰ দ্বাৰা)
স্থান: অভয়াপুৰী
দিনাংক:২০/০৫/২০২৫
বতৰ: ডাৱৰীয়া, বৰ্ষা সিক্ত, সেমেকা
অনাতাঁৰ যন্ত্ৰ:য়েছু এফ টি ৮৯১
আকাশী তাঁৰ:শেষ প্ৰান্ত সংযোগ দীঘল তাঁৰ
নিৰীক্ষণ সময়:০৮০০-০৮২০ ভাঃমাঃসঃ
কম্পনাংক:৭১৪৫ কিঃ হাঃ (নিম্ন কাষৰ বেণ্ড)
কোলাহলৰ মাত্ৰাঃS2-S3
০৮০০ ভাঃমাঃসঃ ৰ পৰা(>)
S21RW (খুলনা) S7-S9 , VU3LGT (আসানসোল) S5-S7 দুয়োৰে সংকেত বোধগম্যৰ মাত্ৰা উচ্চতম অৰ্থাৎ ৫, সামান্য QSB (সংকেত প্ৰাবল্যৰ উঠা নমা) আছে
০৮১৬ভাঃমাঃসঃ>
VU2DLU (বৃহত্তৰ কলকতা?) S5-S7 , VU3LGT S5 সামান্য QSBৰ সৈতে, S21RW S7-S9 সামান্য QSB
যিমান দূৰ সম্ভৱ অসমীয়া শব্দ ব্যৱহাৰ কৰিৱলৈ চেষ্টা কৰা হৈছে ।
এয়া বুঢ়া ডাঙৰীয়া VU3WTI ,সকলোৰে অপেছাদাৰী অনাতাঁৰ যন্ত্ৰ সেৱাত , অভয়াপুৰী NL56hi ..
No comments:
Post a Comment